Ankuran
৺ কিশোৰ বসুমতাৰী
জন্ম: ০৪/০৩/১৯৭৪
মৃত্যু:৩১/১২/২০২৪
“জীৱনৰ শেষ পৰিণতি হ’ল মৃত্যু। মৃত্যুক কোনেও জয় কৰিব নোৱাৰে। মৃত্যুক সুন্দৰ ভাৱে গ্ৰহণ কৰিব পৰাটোৱেই হ’ল জীৱনত শেষবাৰৰ বাবে কৰিব পৰা আটাইতকৈ সুন্দৰ কাম”৷
–হোমেন বৰগোহাঞি
জন্ম যদি হৈছে, মৃত্যু অনিবাৰ্য্য। এয়াই প্ৰকৃতিৰ চিৰন্তন সত্য। থংনক্বে মহাবিদ্যালয়ত গ্ৰন্থগাৰিক হিচাপে যোগদান কৰি কিশোৰ বসুমতাৰীয়ে মহাবিদ্যালয়খনৰ সৰ্বাঙ্গীন উন্নতিৰ হকে কাম কৰি হঠাৎ ঘৰ, পৰিয়াল, বন্ধুবৰ্গ সকলোকে এৰি নীৰবে গুছি গ’ল কোনোবা অজান দেশলৈ। আজিৰ এই বিশেষ ক্ষণত স্বৰ্গীয় কিশোৰ বসুমতাৰীদেৱলৈ একাঁজলী শ্ৰদ্ধাঞ্জলী যাচিছোঁ। তেখেত য’তেই আছে কুশলে থাকক।
সম্পাদনা সমিতিঅংকুৰন, (ই-আলোচনী)