Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

জীৱন

জীৱন কি
বুজিবলৈ এতিয়াও বহু বাকী
জীৱনৰ অস্তিত্ব জানিবলৈ
আগবাঢ়ি আহিলো বাটকুৰি বাই
পাৰ কৰিলো কত
খলা- বমা পথ
পালো বহু তিতা মিঠা অভিজ্ঞতা
তথাপি আজিও যেন নুবুজিলো
আচলতে জীৱন কি ।

বিনীতা মেধি

প্ৰাক্তন ছাত্ৰী