Ankuran
সপোনৰ ডেউকা মোৰনিচেই কাষত।উৰিব বিচৰা পাখি দুখনীক’ত কোন পাহাৰৰ হিমানীতবিচাৰি পাওঁ মই সপোনৰ ঠিকনাতউৰা মাৰি থকা সপোন বোৰেমোক বৰকৈ আমনি কৰে।বহি দেখা মোৰ সপোনৰসৰোজিনী তুমি