Ankuran
ধৰিত্ৰী মা, তোমাৰ সুচল বাটতোমাৰ কোলাতে সমূহ জীৱকুলৰ আশা,নদীৰ সোঁতত সিঁচা তোমাৰ কাষশস্যৰ সপোনৰে ভৰা তোমাৰ শাশ্বত ভাষা ৷তোমাৰ বুকুত ধৰা দিয়া গছ-ফুলসকলোৰে মনত আশাৰ জুইচোন ৷বতাহৰ সংগত তুমি নাচাতুমি যেন মুকলি দীপ্তি,আকাশৰ দৰে বাটো তোমাৰ শীতল মায়াধৰিত্ৰী মা, তুমি চিৰকালৰ সাধনা ,প্ৰকৃতিৰ ৰঙেৰে তুমি চিৰন্তন কায়া ৷