Ankuran
নিজান আকাশৰ তলত বহিভাবো এটি কথা,মানুহে কয় এই পৃথিৱীতমানুহেই শ্ৰেষ্ঠ জীৱ ।আনহাতে আমিতো দেখিছোঁমানুহেই মানুহক মাৰে,আকৌ কোনোবাই ধৰ্মৰ নামতোমাৰ-পিট কৰে, কিম্বা কটা-কটি কৰেএইয়াই নেকি জীৱ শ্ৰেষ্ঠ মানুহ !কিয় কয়, কাক কয়?মানুহৰ নাই মানৱতা,নাই বিবেচনা।কেৱল চাৰিওপিনেহিংসা আৰু প্ৰতি হিংসা।