Ankuran
আধৰুৱা মোৰ জীৱন আধৰুৱা মোৰ সপোনভাৱনাৰ সাগৰত ডুব গৈ ,ৰচিছিলোঁ বহু সপোন। হঠাৎ,ফাগুনৰ পচোৱাই ভাঙি নিয়া ঘৰ - দুৱাৰবোৰৰ দৰেভাঙি- চিঙি চুৰমাৰ হ’ল মোৰ হেঁপাহৰ সপোন। প্রতিটো দুখ ক্ৰয় কৰি পুনৰ ৰচোঁ একোটি সুন্দৰ সপোন সিও হৈ পৰে আধৰুৱানিজৰ মাজতে হেৰাই গৈছোবিচাৰি জীৱনৰ উত্তৰ। সিও আধৰুৱাতথাপিও,জীৱনৰ বিষন্নতা নেওচি ধৈৰ্যৰে আছোএটি সুন্দৰ জীৱনৰ সন্ধানত।
প্ৰাক্তন ছাত্ৰী, ২০১৯