Ankuran
মোৰ মৰমৰ মাতোমাক বিচাৰোঁ সপোনত কিন্তু নাপাওঁ বিচাৰি দিঠকত ।আছিল তোমাৰ স’তে পাতিব লগা বহু কথা,কিন্তু তুমি আজি নাই আমাৰ কাষত।নাপালোঁ ভাবি,নোৱাৰিলোঁ বিচাৰি উলিয়াব কাৰণ,তুমি যে কিয় গৈছিলা এৰি..কিয় কৰিলা এনে কাম ?আজিও বৰকৈ মনত পৰে তোমালৈ মা।আমাক এৰি যাব নালাগিছিল তুমি তোমাৰ অলপো বেয়া নালগিল !এবাৰো নাভাবিলা আমাৰ কথা মা,আছিলোঁ যে মই মাত্ৰ ছমাহৰ পানী কেঁচুৱা ..
প্ৰাক্তন ছাত্ৰ, ২০২০