Ankuran
সফলতাৰ জীৱনত সমুদ্ৰৰ ঢৌযেন দিঠক শক্তি মোৰ,পলে পলে অনুভৱৰ বাটঅতীত বাস্তৱত পৰিণত হ’ল৷
কবিও নহয় লেখকো নহয়তাম্ৰেশ্বৰৰ দৰে তামৰ ফলি,তথাপি হওঁক অথবা নহওঁকএই লেখনীৰ আচবাব মোৰ ৷
কচুপাতৰ পানীৰ দৰে মোৰ সহজ সৰল জীৱন,কোন দিশত উটি যাবকপালত হাত থৈ৷
হিমবাহৰ দৰে লেহেম লক্ষ্যটিআবেগৰ অপেক্ষা মাথোঁ,ওলট-পালট দেশ কথাৰে নহয় শেষপৰিয়ালৰ মাজত সমস্যাৰ নহয় শেষ ৷
অৱহেলা নকৰোঁ তথাপিও মইআকৌ এবাৰ লক্ষ্যৰ দিশে,নিজ ভৰষা ৰাখি আকোঁৱালি ল’মঈশ্বৰৰ দিয়া দান৷
প্ৰাক্তন ছাত্ৰ