Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

সপোনৰ চানেকি

সপোনৰ ডেউকা মোৰ
নিচেই কাষত।
উৰিব বিচৰা পাখি দুখনী
ক’ত কোন পাহাৰৰ হিমানীত
বিচাৰি পাওঁ মই সপোনৰ ঠিকনাত
উৰা মাৰি থকা সপোন বোৰে
মোক বৰকৈ আমনি কৰে।
বহি দেখা মোৰ সপোনৰ
সৰোজিনী তুমি

🖋️ প্ৰস্তুতি চুবেদাৰ