Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

Tribute

শ্ৰদ্ধাঞ্জলী

৺ মোলান চন্দ্ৰ হীৰা

জন্ম: ১ জানুৱাৰী, ১৯৬০

মৃত্যু: ৫ ছেপ্তেম্বৰ, ২০২০

‘মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ’

               মৃত্যু সত্য, মৃত্যু অনিবাৰ্য,তথাপি মৃত্যুয়ে আমাক ম্ৰিয়মান কৰি তোলে । ঐতিহ্যমণ্ডিত থং নক্‌বে মহাবিদ্যালয়ৰ জন্ম লগ্নৰে পৰা জড়িত থাকি মহাবিদ্যালয় তথা ডকমকা অঞ্চলৰ শৈক্ষিক উন্নতিৰ হকে নিজৰ জীৱন উচৰ্গা কৰি নিয়তিৰ নিষ্ঠুৰ পৰিহাসত কৰ্ম জীৱনৰ সমাপ্তি নহওঁতেই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় লোৱা থং নক্‌বে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ স্বৰ্গীয় মোলান চন্দ্ৰ হীৰা দেৱৰ পৱিত্ৰ স্মৃতিত তেখেতলৈ আমি অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি যাচিছোঁ ।

সম্পাদনা সমিতি
অংকুৰন, (ই-আলোচনী)