Ankuran
শিক্ষা এক অমূল্য ৰত্ন,শিক্ষাৰ অবিহনে নাপায় কোনো সমস্যা সমাধানৰ পথ ।শিক্ষাৰ জৰিয়তে হয় মানসিক উৎকৰ্ষ সাধন,শিক্ষিত ব্যক্তিয়ে কৰিব শুদ্ধ বিশ্লেষণ ।এৰি নিদিবা চেষ্টা,উপনিত হ’বা জীৱনৰ লক্ষ্যত ।সমাজত গঢ়িবা নতুন চিন্তা,গাঁৱৰ সহজ সৰল লোককবলি হ’বলৈ নিদিবা অন্ধবিশ্বাসত ।
প্ৰাক্তন ছাত্ৰী, ২০২০