মা অ’ মা তুমি কিয় এৰি গ’লা মোক? এই বিশাল পৃথিৱীত মোক অকলে কিয় এৰি গ’লা মা? জীৱনৰ বাটত মোক অকলে এৰি তুমি ক’লৈ গুচি গ’লা মা ? মা অ’ মা মই শুব পৰা নাই অ’ মা আহা না মোৰ কপালত চুমা এটি খাই হাত বুলাই দিয়া না মা । কোলাত লৈ নিচুকণি গীত গাই টোপনি যোৱাবলৈ চেষ্টা কৰা না মা, মা অ’ মা কাষলৈ আহাঁ না মা