Ankuran
পৃথিৱীত “বিশ্বাস” বোলা শব্দটো যেঅটুট — এই কথা সকলোৱে জানে।যাৰ ওপৰত বিশ্বাস কৰা যায়তেওঁক হৃদয়ত স্থান দিয়া হয়।
কিন্তু, য’ত অন্ধভাৱে বিশ্বাস জন্মে,তাতে আঘাতো বেছিসকলো মেৰামতি কৰিব পৰা যায়,কিন্তু বিশ্বাস—এবাৰ ভাঙি গ’লে,তাক জোৰা দিব নোৱাৰি ।
জীৱনৰ প্ৰকৃত সুখ তেতিয়াহে পোৱা যায়যেতিয়া আপুনি প্ৰকৃততে শিকে—আনতকৈ নিজক বেছি বিশ্বাস কৰিবলৈ।
মিছা কথা কৈ আৰু অন্তৰত আঘাত দিসাৰি যাব পাৰি,কিন্তু নেদেখা বিধাতাজনৰ চকুৰপৰা কোনো সাৰি যাব নোৱাৰে ৷