Ankuran
নিলাজ ফাগুনকিয় আহ অ’ তইএবাৰ চাৰিওফালে চাবিচোনপলাশ শিমলুৰ বুকু জ্বলিআকাশ ৰাঙলী হ’ল৷তথাপিও তই ইমান নিষ্ঠুৰকিয় ইমান নিলাজ অ’ তইসকলোৰে বুকু উদং কৰিনিজৰ পৰিচয় দিব খোজ কিয়?ইমান স্বাৰ্থপৰ নে তই?পাৰ যদি শুকান পাতবোৰকে উৰুৱাই লৈ যাচোনপ্ৰতিজনৰ বুকুত থূপ খাই থকাদুখৰ টোপোলাবোৰসৌ নীলিম আকাশৰ বুকুলৈ ৷
প্ৰাক্তন ছাত্ৰ