Ankuran
আকাশখন তৰাৰে উপচিবলৈ ধৰে ,নীলিম আকাশৰ তুমি এটি জোনমোৰ মাজত জিলিকিবলৈ ধৰিলা ।তুমি এটি তৰাৰ দৰে মোৰ লগত জিলিকাতোমাৰ ওচৰত থাকিব বিচাৰোঁ।। প্ৰতিটো তোমাৰ অনুভৱক জীয়াই ৰাখিব মনউশাহ আহে, অস্ত যায়, নিশ্বাসত ওলাই যায় ।তুমি মোৰ ৰাতিপুৱা খিৰিকীৰে দিয়া এটি পোহৰনিশাৰ দৰে নিদিবা অন্ধকাৰ মাথোঁ।।তুমি,মোক দিয়া এটি সুচল পথদিয়া আগৰণুৱা তোমাৰ লগত ।মই আছোঁ তোমাৰ, অসীম সংখ্যক প্ৰীতিআজৰি সময়খিনি তোমাৰ কোলাতে দিবা…তোমাৰ পৰশত তিতিছোঁ মলয়াক’লা ডাৱৰক এৰি থৈ নানান বিশালতাতোমাৰ ক’লা চকুজুৰি মোৰ সপোনৰ মহানদী…আপোন হৈ আঁকিব মন যায় মনালিছাৰ ছবি ।।দিন-ৰাতি প্ৰাৰ্থনা কৰোঁ সফলতাৰ বাটপলে পলে গন্তব্য স্থান বিচাৰোঁ আঘাতে নিটিকে ।চেনেহৰে যেন তোমাৰ নাম দিয়াএটি কাহিনীৰ আধাৰত নিৰ্মিত হোৱা।।