কিমান যে ধুনীয়া আমাৰ এই পৃথিৱী কিমান যে ভাগ্য আমাৰ আছোঁ আমি এই পৃথিৱীত । কিমান যে ধুনীয়া পৃথিৱীৰ দৃশ্য কৰিছে প্ৰাণীক মনমোহিত। আছে ভৰি পাহাৰ-ভৈয়াম আছে নদী,সাগৰ-মহাসাগৰ । কিমান যে স্বপ্ন দুচকুত লৈ আছোঁ জীয়াই এই পৃথিৱীত লাগে যে ইয়াতেই সুখ, ইয়াতেই স্বর্গ।